/asomiyapratidin/media/media_files/2025/04/09/d1EKzzsSMUhP2fLP9d8Z.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অধীনত বৰহোলাত এম আৰ ভেৰাইটিছ নামৰ এটা সৌৰশক্তি বিক্ৰী কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
কেন্দ্ৰটো মুকলি কৰে শিক্ষাবিদ দিপাংক বৰাই৷ অনুষ্ঠানত কেইবাজনো সাংবাদিকৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে৷
কোনো গ্ৰাহকে ছ’লাৰ ক্ৰয় কৰিব বিছাৰিলে ৯৯৫৪১৩৮৯৩৫ আৰু ৮৮৭৬ ৭৩৩২৯৯নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বিপনীখনে।