বৰঘাট আৰক্ষীয়ে খেদি খেদি ধৰিলে অস্ত্ৰসহ দুই যুৱকক...

dangor khabar
dangor khabar
  • তেজপুৰত পিষ্টলসহ দুই যুৱকক গ্রেপ্তাৰ।

  • বৰঘাট আৰক্ষীয়ে খেদি খেদি ধৰিলে অস্ত্ৰসহ দুই যুৱকক।

  • বৰঘাট আৰক্ষীয়ে বাটমাৰীত গ্রেপ্তাৰ কৰে যুৱকদ্বয়ক।

  • যুৱকদ্বয়ৰ ঘৰ পাঁচ মাইলত বুলি জানিব পৰা গৈছে।

  • আৰক্ষীয়ে দুয়োকে অব্যাহত ৰাখিছে জেৰা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in