New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
dangor khabar
তেজপুৰত পিষ্টলসহ দুই যুৱকক গ্রেপ্তাৰ।
বৰঘাট আৰক্ষীয়ে খেদি খেদি ধৰিলে অস্ত্ৰসহ দুই যুৱকক।
বৰঘাট আৰক্ষীয়ে বাটমাৰীত গ্রেপ্তাৰ কৰে যুৱকদ্বয়ক।
যুৱকদ্বয়ৰ ঘৰ পাঁচ মাইলত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে দুয়োকে অব্যাহত ৰাখিছে জেৰা।