বৰবাৰী সত্ৰৰ প্ৰয়াত স্বাস্থ্য বিষয়া দীনেশ গোস্বামীৰ প্ৰতিমূৰ্তি উন্মোচন

সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজৰে উন্মোচনী কাৰ্যসূচী অনুষ্ঠিত হয়।  এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ধৰ্মীয় কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
fffff

ডিজিটেল সংবাদ,হাজোঃ  আজি কঞা ৰাজহ চক্ৰৰ বৰবাৰী সত্ৰৰ প্ৰয়াত স্বাস্থ্য বিষয়া দীনেশ গোস্বামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ভবেশ কলিতাই প্ৰয়াত দীনেশ গোস্বামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজৰে উন্মোচনী কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ধৰ্মীয় কাৰ্য্য সূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে জীৱিত কালত সমাজৰ হকে প্ৰতিটো সময়ত আগবঢ়াই যোৱা অৱদানক সোঁৱৰণ কৰিছে অঞ্চলটোৰ ৰাইজে।

হাজো