কাৰিকৰী বিজুতি! অসমৰ কোনটো চিনেমা হ'লত বাতিল 'ৰৈ ৰৈ বিনালে'ৰ দৰ্শনী...

বঙাইগাঁৱত আশাহত একাংশ দৰ্শক।  কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হৈছে ছবিৰ প্ৰথমটো দৰ্শনী।  জলি মেক্স চিনেমা হ'লত বাতিল কৰা হৈছে প্ৰথমটো দৰ্শনী।  কাৰিকৰী সমস্যাৰ বাবে ছবিখনৰ ৭বজাৰ দৰ্শনী বাতিল কৰাৰ কথা ঘোষণা ছবিগৃহটোৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • বঙাইগাঁৱত আশাহত একাংশ দৰ্শক। 
  • কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰা হৈছে ছবিৰ প্ৰথমটো দৰ্শনী। 
  • জলি মেক্স চিনেমা হ'লত বাতিল কৰা হৈছে প্ৰথমটো দৰ্শনী। 
  • কাৰিকৰী সমস্যাৰ বাবে ছবিখনৰ ৭বজাৰ দৰ্শনী বাতিল কৰাৰ কথা ঘোষণা ছবিগৃহটোৰ।
  • দৰ্শক সকলে টিকটৰ ধনো উভতাই লোৱা নাই ছবিগৃহটোৰ কৰ্তৃপক্ষৰ পৰা।
  • আৱেগিক দৰ্শকে ছবিগৃহটোত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। 
জুবিন গাৰ্গ