মেডিকেল কলেজত কৰ্মৰত শ্রমিকক মৰিয়াই মৰিয়াই হত্যা...

মেডিকেল কলেজত কৰ্মৰত আছিল দুয়োজন শ্রমিক। দুয়োজন শ্ৰমিকৰ মাৰপিটত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল হৰেণ মণ্ডল...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-07 at 8.56.42 AM
  • নিৰ্মীয়মাণ বঙাইগাঁও মেডিকেল কলেজত চাঞ্চল্যকৰ ঘটনা
  • এজন শ্রমিকক মৰিয়াই মৰিয়াই হত্যা
  • হৰেণ মণ্ডল আৰু বিশ্বজিৎ নামৰ দুজন শ্রমিকৰ মাজত হৈছিল সংঘাত
  • মেডিকেল কলেজত কৰ্মৰত আছিল দুয়োজন শ্রমিক
  • মাৰপিটত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল হৰেণ মণ্ডল
  • চিকিৎসাধীন অৱস্থাত মৃত্যু হয় হৰেণ মণ্ডলৰ
বঙাইগাঁও