New Update
/asomiyapratidin/media/media_files/2025/01/26/yOqNHFftX4SG9dIe9ViH.jpg)
পুৱাই মহানগৰীত ৰহস্যজনক বিস্ফোৰণ
- গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত ৰহস্যজনক বিস্ফোৰণ।
- বেহাৰবাৰীত সংঘটিত হয় এই বিস্ফোৰণৰ শব্দ।
- গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী।
- ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰীক্ষা কৰে অঞ্চলটো।
- এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।