/asomiyapratidin/media/media_files/2025/12/23/image-11-2025-12-23-10-16-18.png)
ডিজিটেল ডেস্কঃ বোকাজানৰ শুকানজানৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্রবেগী ট্রাকে মহটিয়াই নিলে এজন যুৱকক। থিতাতে নিহত জয়ৰাম গুপ্তা নামৰ যুৱকজন।
উল্লেখ্য যে, যুৱকজনক খুন্দিয়াই এখন বলেৰ’পিকআপ আৰু এখন দোকানত খুন্দা ট্ৰাকৰ। ঘটনাত আহত পিকআপ ভানখনৰ চালক আৰু হেণ্ডিমেন। ইপিনে দুয়োকে সংকটজনক অৱস্থাত ডিমাপুৰৰ চিকিৎসাইলয়লৈ প্রেৰণ। ৰাইজে ট্রাকচালকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us