New Update
/asomiyapratidin/media/media_files/2025/08/02/yhyh-2025-08-02-11-23-39.jpg)
- চতিয়াৰ বোকাবিলত এটা মৃত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ।
- বোকাবিলৰ মৰাপাটৰ খেতিৰ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃত বনৰীয়া হাতীৰ পোৱালীটো।
- খাদ্যৰ সন্ধানত নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীৰ পোৱালীটো।
- কি কাৰণত বনৰীয়া হাতীৰ পোৱালীটোৰ মৃত্যু হ'ল এই কথা এই পৰ্যন্ত জানিব পৰা হোৱা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us