New Update
/asomiyapratidin/media/media_files/2025/10/30/ujjjdd-2025-10-30-13-13-08.jpg)
- নগাঁৱৰ বঢ়মপুৰত ভয়ংকৰ অঘটন ।
- নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ গৈ এজন ৰাজ মিস্ত্ৰীৰ মৃত্যু।
- ৰাজ মিস্ত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ মালিক মন্টু বৰদলৈৰ মৃত্যু হয় ।
- মন্টু বৰদলৈ অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল।
- মৃত মন্টু বৰদলৈৰ বয়স ৪০ বছৰ আৰু ভাইটি নামৰ ৰাজ মিস্ত্ৰী জনৰ বয়স ৩৫ বছৰ অনুমানিক।
- এই ঘটনা সংঘটিত হয় বঢ়মপুৰৰ বৰটোপত।
- ঘটনাস্থলীত নগাওঁ আৰক্ষী উপস্থিত হয় মৃত দেহ উদ্ধাৰ কৰাৰ চেষ্টা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us