বিহালীত বন্যহস্তীৰ তাণ্ডৱঃ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্ত...

বিহালীত বন্যহস্তীৰ তাণ্ডৱ । বিহালী সমষ্টিৰ ৰঙাগড়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেৰেলীয়া বঙালী গাৱত বন্যহস্তীৰ তাণ্ডৱ। পুৱা আছু বিশ্বাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও চাহ বাগানত প্ৰবেশ কৰি বাগিছাৰো যথেষ্ট ক্ষতিসাধন কৰে।

author-image
Asomiya Pratidin
New Update
bhhd
  • বিহালীত বন্যহস্তীৰ তাণ্ডৱ ।
  • বিহালী সমষ্টিৰ ৰঙাগড়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেৰেলীয়া বঙালী গাৱত বন্যহস্তীৰ তাণ্ডৱ।
  • পুৱা আছু বিশ্বাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও চাহ বাগানত প্ৰবেশ কৰি বাগিছাৰো যথেষ্ট ক্ষতিসাধন কৰে।
  • উল্লেখ্য যে এই হাতীটিৱে বিগত পষেক যোৰা গ্ৰাম্যাঞ্চলত প্ৰবেশ কৰি ৰাইজক হাৰাশাস্তি কৰি আহিছে। ৰাইজে হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হৈছে বুলি জানিব  পৰা গৈছে ।
  • পৰৱৰ্তী সময়ত ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ক্ষতি সাধন কৰা ব্যক্তি গৰাকীৰ বাসগৃহ পৰিদৰ্শন কৰে ।
বিহালী