Advertisment

গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহ...

গুৱাহাটীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। লোক জন তিনিদিন ধৰি নিজৰ ঘৰৰ ভিতৰতে ছটফটাই থকাৰ শব্দ শুনিছিল চুবুৰীয়াই। পৰিয়ালৰ সৈতে চেনিকুঠিত ভাড়াঘৰত আছিল লোক জন...

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
  • গুৱাহাটীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। 
  • নৱগ্ৰহত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। 
  • ৪৩ বছৰীয়া এজন লোকৰ মৃত্যু। 
  • ৰে’লৱে চাফাই কৰ্মী আছিল লোক জন।
  • পৰিয়ালৰ সৈতে চেনিকুঠিত ভাড়াঘৰত আছিল লোক জন।
  • জানিব পৰা মতে মৃত্যুৰ সময়ত পৰিয়ালৰ লোক নাছিল।
  • পৰিয়াল গৈছিল বিহাৰলৈ। 
  • লোক জন তিনিদিন ধৰি নিজৰ ঘৰৰ ভিতৰতে ছটফটাই থকাৰ শব্দ শুনিছিল চুবুৰীয়াই।
  • ইয়াৰ পাছতে দেওবাৰে সন্ধিয়া উদ্ধাৰ হৈছে লোক জনৰ মৃতদেহ।
Assam police guwahati police