New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
- অৰুণাচল সীমান্তৰ ভালুকপুংৰ জীয়াভৰলী নদীত সন্ধানহীন বায়ু সেনাৰ জোৱানৰ মৃতদেহ উদ্ধাৰ।
- জোৱানজনৰ নাম কৰ্পৰেল শচিন ৰোহিত বুলি জানিব পৰা গৈছে।
- জোৱান জনৰ বয়স প্ৰায় ২৫ বছৰ।
- লগৰ আন ৪ জনৰ সৈতে ফুৰিবলৈ আহিছিল ভালুকপুংলৈ।
- জোৱানজন তেজপুৰ বায়ু সেনা চাৱনীত কৰ্মৰত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us