New Update
/asomiyapratidin/media/media_files/2025/01/08/MEHeIfzzgblbxzOw16Bj.jpg)
Body of a labourer found in coal mine in Umrangsu
- উমৰাংছু’ৰ কয়লা খনিত উদ্ধাৰ হৈছে আৰু এজন শ্ৰমিকৰ মৃতদেহ।
- নৌ সেনাৰ ডুবাৰুৱে উদ্ধাৰ কৰিছে মৃতদেহটো।
- বুধবাৰে পুৱাৰে পৰা চলি আছে উদ্ধাৰ অভিযান।
- বিশাখাপট্টনমৰ পৰা আহিছে ডুবাৰু।
- আন ৮জন শ্ৰমিকক উদ্ধাৰৰ বাবে এতিয়াও চলি আছে অভিযান।