মহানায়ক নিপন গোস্বামীৰ বিয়োগত বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
মহানায়ক নিপন গোস্বামীৰ বিয়োগত বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ...

নিপন গোস্বামী User

ডিজিটেল ডেস্কঃ অসমীয়া ছবিজগতৰ মহানায়ক, মহীৰূহ নিপন গোস্বামীৰ বিয়োগত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। তাৰ মাজতে বিভিন্ন দল, সংগঠনৰ লগতে বড়ো সাহিত্য সভায়ো নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বড়ো সাহিত্য সভাই শোক প্ৰকাশ কৰি কয়, অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা, পৰিচালক নিপন গোস্বামীৰ আজি পুৱা ৯-৯৪৫ বজাত গুৱাহাটীৰ এক ব্যক্তিগত চিকিৎসালয়ত পৰোলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত অসমে এজন ছবি জগতৰ তাৰকা হেৰুৱালে।

বড়ো সাহিত্য সভাই গোস্বামীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে আৰু বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

bodo sahitya sabha nipon goswami