New Update
/asomiyapratidin/media/media_files/2025/06/06/aU1sjYUnee60DKGKAUm2.jpg)
dddddd Photograph: (dddddd)
- বড়োভূমিৰ আঞ্চলিক ৰাজনৈতিক দল BPFত আকৌ মোক্ষম আঘাত।
- BPF দল ত্যাগ দিলীপ গয়াৰীৰ।
- ২০১৭ চনৰ পৰা BPF দলত সক্ৰিয় নেতা হিচাপে কাম কৰি আছিল নেতা গৰাকীয়ে।
- নেতা গৰাকীয়ে BPF দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ উপ সভাপতি আৰু প্ৰাথমিক সদস্য পথৰ পৰা আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে।
- পত্ৰত উল্লেখ কৰা মতে সম্পূৰ্ণ ব্যক্তিগত আৰু ঘৰুৱা অসুবিধাৰ বাবে BPF দল ত্যাগ কৰে নেতা গৰাকী।
- সুদীৰ্ঘ ৮ বজাৰ কাল দিলীপ গয়াৰী BPF দলৰ লগত জড়িত আছিল যদিও হঠাৎ দল ত্যাগ কৰা ঘটনায় ৰাজনৈতিক মহলত সৰৱ চৰ্চাৰ কেন্দ্ৰবিন্দুহৈ পৰিছে।