New Update
/asomiyapratidin/media/media_files/2025/06/19/ytyys-2025-06-19-12-19-24.jpg)
- বৰক্ষেত্রীৰ ব্রহ্মপুত্র নৈত নাও দুৰ্ঘটনা।
- পেৰাধৰা পাৰঘাটৰ পৰা লাৰকুচি অভিমুখী আছিল নাওখন।
- নাওখনত আছিল স্কুলীয়া ছাত্র-ছাত্রীসহ বহুকেইগৰাকী লোক।
- দুৰ্ঘটনাত কেইবাগৰাকী ছাত্র-ছাত্রী সন্ধানহীন।
- স্থানীয় লোক আৰু SDRFৰ উদ্ধাৰ অভিযান আৰম্ভ।
- সন্ধানহীন উদীয়মান জাতীয় বিদ্যালয়ৰ ৩য় শ্রেণীৰ আৰিয়ান আলী
- ৰামপুৰ জনতা হাইস্কুলৰ নৱম শ্রেণীৰ ছাত্র মাজিদুল ইছলাম
- সন্ধানহীন পেৰাধৰা হাস্পতালৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল গফুৰ