BIG BREAKING: দিল্লী বোমা বিস্ফোৰণ...

ৰাজধানী দিল্লীত বোমা বিস্ফোৰণ লালকিল্লাৰ ওচৰত বোমা বিস্ফোৰণ এখন চাৰিচকীয়া বাহনত বোমা ৰখাৰ সন্দেহ বিস্ফোৰণৰ পিছত কেইবাখনো বাহনত লাগে জুইবিস্ফোৰণত এগৰাকী লোকৰ মৃত্যুৰ লগতে কেইবাজনো আহত।

author-image
Asomiya Pratidin
New Update
ujjjdd
  • ৰাজধানী দিল্লীত বোমা বিস্ফোৰণ
  • লালকিল্লাৰ ওচৰত বোমা বিস্ফোৰণ
  • এখন চাৰিচকীয়া বাহনত বোমা ৰখাৰ সন্দেহ
  • বিস্ফোৰণৰ পিছত কেইবাখনো বাহনত লাগে জুই
  • বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যুৰ লগতে কেইবাজনো আহত।
  • বিস্ফোৰণত পিছত সমগ্র অঞ্চলজুৰি আতংক
  •  সমগ্ৰ দিল্লীত হাই এৰ্লাট জাৰি কৰিছে দিল্লী আৰক্ষীয়ে। 
দিল্লী