" ৰাজ্যৰ ৫ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল বিহালীত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে। ৯,০৫৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছে প্ৰাৰ্থীগৰাকী। এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। ১৩টা ৰাউণ্ডৰ ভোটগণনা ইতিমধ্যে অন্ত পৰিছে। "