/asomiyapratidin/media/media_files/2025/05/08/ua3PlBoz6A0FaoAa9wfd.png)
বিজেপিৰ দাবী : অপাৰেচন সিন্দুৰত মৃত্যু মাষ্টাৰমাইণ্ড আব্দুল ৰৌফ আজহাৰৰ
ডিজিটেল ডেস্ক : পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰত নিহত হৈছে কান্দাৰৰ আই চি-৮১৪ বিমান হাইজেকৰ মাষ্টাৰমাইণ্ড আব্দুল ৰৌফ আজহাৰৰ। সামাজিক মাধ্যম এক্সযোগে এই কথা সদৰী কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।
বিজেপিয়ে দাবী কৰে যে, অপাৰেচন সিন্দূৰৰ সময়ছোৱাত নিহত সন্ত্ৰাসবাদীসকলৰৰ ভিতৰত আছিল জয়ছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ কনিষ্ঠ ভাতৃ তথা কান্দাহাৰৰ আই চি- ৮১৪ বিমান হাইজেকৰ মাষ্টাৰমাইণ্ড আব্দুল ৰৌফ আজহাৰ । প্ৰণিধানযোগ্য যে, এইগৰাকী কুখ্যাত অপৰাধীৰ নাম ভাৰতৰ ম’ষ্ট ৱাণ্ডেদৰ তালিকাতো সন্নিৱিষ্ট আছে।
- कंधार प्लेन हाईजैक
— BJP (@BJP4India) May 8, 2025
- पठानकोट आतंकी हमला
- भारतीय संसद आतंकी हमला#OperationSindoor में मारा गया मोस्ट वांटेड पाकिस्तानी आतंकी अब्दुल रऊफ अजहर। pic.twitter.com/NKuRwptldH