New Update
/asomiyapratidin/media/media_files/2024/11/23/QLP1Xqb71ejM19oaRqxl.png)
- মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ১১০খন আসনত অগ্ৰগতি এন ডি এৰ।
 - ৬৯খন আসনত আগবাঢ়ি আছে এম ভি এ।
 - এতিয়ালৈকে ১৭৬খন আসনৰ ফলাফল লাভ কৰা গৈছে।
 - বাৰামাটি বিধানসভা সমষ্টিত আগবাঢ়ি আছে এন চি পিৰ প্ৰাৰ্থী অজিত পাৱাৰ।
 - কংগ্ৰেছ প্ৰাৰ্থী নিতিন ৰাউট আগবাঢ়ি আছে নাগপুৰ নৰ্থ বিধানসভা সমষ্টিত।
 - তেওঁ লাভ কৰিছে ২৮৯১টা ভোট।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us