New Update
/asomiyapratidin/media/media_files/2025/06/21/gaurav-gogoi-2025-06-21-15-11-47.jpg)
- মূখ্যমন্ত্ৰীৰ সমষ্টি শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি
- একাংশ বিজেপিৰ কৰ্মীৰে কংগ্ৰেছৰ কৰ্মীৰ হতাহতি
- গৌৰৱ গগৈক আগভেটা দিলে একাংশ বিজেপি কৰ্মীয়ে
- শিঙিমাৰী চ’কত গৌৰৱ গগৈক আদৰিবলৈ সাজু হৈ আছিল কংগ্ৰেছ কৰ্মীসকল
- গৌৰৱ গগৈৰ সন্মুখতে একাংশ বিজেপিৰ কৰ্মীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি
- গৌৰৱ গগৈকো অশালীন ব্যৱহাৰ একাংশ বিজেপি কৰ্মীৰ
- আৰক্ষীৰ সন্মুখতে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ হতাহতি
- গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি বিজেপি কৰ্মীৰ
- উত্তপ্ত পৰিস্থিতিৰ মাজতে গৌৰৱ গগৈয়ে গাড়ীৰ পৰা নামি গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীৰ সম্বৰ্দ্ধনা