মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা...

মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা। বিজেপি নেতা য়ুমনাম খেমচান্দ সিং হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী। মণিপুৰৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত য়ুমনাম খেমচান্দ সিং।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 7.41.59 PM
  • মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা।
  • বিজেপি নেতা য়ুমনাম খেমচান্দ সিং হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী।
  • মণিপুৰৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত য়ুমনাম খেমচান্দ সিং।
  • মণিপুৰত প্ৰায় এবছৰে বলবৎ হৈ আছে ৰাষ্ট্ৰপতি শাসন।
  • ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত বলবৎ হৈছিল ৰাষ্ট্ৰপতি শাসন।
মণিপুৰ