দল এৰিলে এগৰাকী বিজেপি বিধায়কে...

ভাৰতীয় জনতা পাৰ্টিৰ তেলেংগানা শাখাত নেতৃত্বৰ বিবাদৰ মাজতে সোমবাৰে দলৰ পৰা পদত্যাগ কৰে দলটোৰ বিধায়ক টি ৰাজা সিঙে। এন ৰামচন্দৰ ৰাও বিজেপিৰ তেলেংগানা ইউনিটৰ নতুন সভাপতি

New Update
কাহিলীপাৰাত ছাৰ্ভিছ ৰাইফলেৰে নিজৰেই জীৱন শেষ কৰিলে এজন আৰক্ষী জোৱানে

ডিজিটেল ডেস্কঃভাৰতীয় জনতা পাৰ্টিৰ তেলেংগানা শাখাত নেতৃত্বৰ বিবাদৰ মাজতে সোমবাৰে দলৰ পৰা পদত্যাগ কৰে দলটোৰ বিধায়ক টি ৰাজা সিঙে। এন ৰামচন্দৰ ৰাও বিজেপিৰ তেলেংগানা ইউনিটৰ নতুন সভাপতি হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ কিছু সময়ৰ পাছতে তেওঁ এই সিদ্ধান্ত লয়।

Advertisment

বিজেপিৰ তেলেংগানা ইউনিটৰ সভাপতি জি কিষান ৰেড্ডীক উদ্দেশ্যি পত্ৰযোগে ৰামচন্দৰ ৰাওক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত তেওঁৰ বাবে ‘শ্বক আৰু হতাশা’ বুলি উল্লেখ কৰে।

শ্ৰী ৰামচন্দ্ৰ ৰাওক তেলেংগানাৰ বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বাতৰি কেৱল তেওঁৰ বাবেই নহয়, প্ৰতিটো ঘাত-প্ৰতিঘাতৰ মাজেৰে দলৰ কাষত থিয় দিয়া লাখ লাখ কৰ্মকৰ্তা, নেতা, ভোটাৰৰ বাবে এক শ্বক আৰু হতাশাৰ ৰূপত আহিছে।’-এক্সত তেওঁ শ্বেয়াৰ কৰা পত্ৰখনত সিঙে কয়।

তেলেংগানা