" ধলাইত ১১ নম্বৰ ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে। ১১ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আগবাঢ়ি আছে ৫২২৪টা ভোটৰ ব্যৱধানত। বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যা ৫১১৩৪টা। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৫৯১০টা ভোট। "