/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/46f74a17-2485-419a-a72c-102bdf37f518/10.jpg)
-
জামুগুৰিহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
-
এক জঘন্য কাণ্ড সংঘটিত কৰিছে বিজেপি নেতাৰ পুত্ৰই ৷
-
বিজেপি নেতা নিৰঞ্জন দাসৰ পুত্ৰ চুমন দাসে কৰিলে ১৪ বছৰীয়া সম্বন্ধীয় ভগ্নীক যৌন নিৰ্যাতন৷
-
খুড়ায়েকৰ ১৪ বছৰীয়া কন্যাক যৌন নিৰ্যাতন বিজেপি নেতাৰ পুত্ৰৰ৷
-
জানিব পৰামতে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে নিৰ্যাতিত কিশোৰীগৰাকী৷
Also Read: পতঞ্জলিৰ বিজ্ঞাপন শীঘ্ৰেই সকলো মাধ্যমৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ