New Update
/asomiyapratidin/media/media_files/2025/02/19/2akuYroYFqoMlgyhkmT8.jpg)
- দিল্লীত কোন হ'ব বিজেপিৰ বিধায়িনী দলৰ নেতা?
- বিধায়িনী দলৰ বৈঠকৰ বাবে সংসদীয় কমিটীয়ে নিযুক্তি দিলে দুজন পৰ্যবেক্ষক
- বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ সকলো দিশ চোৱা-চিতা কৰিব এই পৰ্যবেক্ষক দুগৰাকীয়ে
- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু ৰাষ্ট্ৰীয় সম্পাদক ওম প্ৰকাশ ধনকাৰক পৰ্যবেক্ষক হিচাপে নিযুক্তি
- ইতিমধ্যে সাজু কৰা হৈছে ৰামলীলা ময়দান
- ইয়াত অনুষ্ঠিত হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ
- বিজেপিৰ বিধায়িনী বৈঠকত নেতা নিৰ্বাচিত হোৱা গৰাকীয়ে পৰৱৰ্তী দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে লব শপত