New Update
/asomiyapratidin/media/media_files/2025/06/07/wkQMd9dyPRYTUhkgK8mE.jpg)
ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
- ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা
- কণাদ পুৰকায়স্থ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী
- ৰাজ্যসভাৰ এখন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে
/asomiyapratidin/media/media_files/2025/06/07/bpv3isLfSPyCV64g93bK.jpeg)
- আনখন আসন এৰি দিয়া হৈছে মিত্ৰদল অগপক
- আজিয়েই ঘোষণা হ'ব অগপৰ প্ৰাৰ্থীৰ নামো
- ১৯ জুনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন