New Update
/asomiyapratidin/media/media_files/2025/06/07/8MkPTcEKiFNwpOHqBRb0.jpg)
- নগাঁৱৰ বিশিষ্ট প্ৰসূতি চিকিৎসক বিশ্বৰূপ গোহাঁই বৰুৱা আৰু নাই ।
- নগাঁও মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল বৰুৱা ।
- ৪ জুনত অকস্মাতে অসুস্থ হোৱা চিকিৎসকগৰাকীক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
- শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ডা০ বৰুৱাৰ ।
- ৰত্নপুৰৰ নিবাসী চিকিৎসকগৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে ।
- মৰ্মাহত হৈ পৰিছে নগাঁৱৰ চিকিৎসক সমাজ।
- মৃত্যুৰ সময়ত তেওঁ পত্নী ,দুই কন্যাসহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে ।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ।