/asomiyapratidin/media/media_files/2026/01/16/1-2026-01-16-16-06-08.jpg)
ডিজিটেল ডেস্কঃ বিশ্বনাথৰ সমীৰণ চাহ উদ্যোগ,পাপু ৰিফিলছ,মৃনালী প্ৰকাশনৰ স্বতাধিকাৰী নৰেণ শৰ্মাৰ দেহাৱসান। আজি বিয়লি ১ বাজি ২৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অসমীয়া উদ্যোগীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/16/whatsapp-image-2026-01-16-16-05-19.jpeg)
কেইবামাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বিশ্বনাথৰ বিশিষ্ট অসমীয়া উদ্যোগী,সমাজকৰ্মীগৰাকীয়ে অৱশেষত জীৱন যুঁজত নিয়তৰ ওচৰত হাৰ মানে।মৃত্যুৰ সময়ত দুই পুত্ৰ,বোৱাৰী,দুই নাতি আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷ ইপিনে শনিবাৰে পুৱা ১০ বজাত নিজা বসভৱন চৌহদত তেখেতৰ শেষকৃত সম্পন্ন কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us