New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6b6c26f2-5ca9-475e-8261-362653e717a8/download.jpg)
বিশ্বনাথৰ জপৌবাৰীৰ ৰে’ল পথৰ সমীপত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো জপৌবাৰীৰ প্রহ্লাদ মুড়াৰ বুলি চিনাক্ত।
বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল প্রহ্লাদ মুড়া।
সুজিত দেৱনাথ নামৰ এজন লোকে কাম কৰিবলৈ মাতিছিল প্রহ্লাদক।
সুজিত দেৱনাথৰ বিৰুদ্ধে প্রহ্লাদক হত্যাৰ অভিযোগ স্থানীয় লোকৰ।