সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথৰ জপৌবাৰীৰ ৰে’ল পথৰ সমীপত মৃতদেহ উদ্ধাৰ।
সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
  • বিশ্বনাথৰ জপৌবাৰীৰ ৰে’ল পথৰ সমীপত মৃতদেহ উদ্ধাৰ।

  • মৃতদেহটো জপৌবাৰীৰ প্রহ্লাদ মুড়াৰ বুলি চিনাক্ত।

  • বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল প্রহ্লাদ মুড়া।

  • সুজিত দেৱনাথ নামৰ এজন লোকে কাম কৰিবলৈ মাতিছিল প্রহ্লাদক।

  • সুজিত দেৱনাথৰ বিৰুদ্ধে প্রহ্লাদক হত্যাৰ অভিযোগ স্থানীয় লোকৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in