/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/759b6e04-e93f-4d4f-b7e7-60746706b9e2/8.jpg)
-
বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন।
-
মহাবিদ্যালয় চৌহদত দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ' বাহন।
-
মহাবিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহলৈ গাড়ীখনৰ গৰাকী প্ৰকাশ উপাধ্যায়ে লৈ আহিছিল।
-
অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে জ্বলি উঠিল গাড়ীখন।
-
গাড়ীখনৰ নম্বৰ As32A 5899।
-
লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
-
আতংকিত হৈ পৰে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী।
-
এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।