/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
-
ডিব্রুগড়ৰ বিশাল ফুকনৰ গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ
-
ডিব্রুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ CIDলৈ অৰ্পণ
-
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই SIT গঠন CIDৰ
-
অবৈধভাৱে ধন বিনিয়োগৰ সমগ্র গোচৰৰ তদন্ত কৰিব SITয়ে
-
অবৈধভাৱে ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা SIT গঠন
-
এই তদন্ত সূক্ষ্মভাৱে তদন্ত কৰিব CIDৰ ADGP আৰু IGPয়ে