/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7556fd6f-d1da-4150-bc19-76a24178c77d/download.jpg)
-
বিলাসীপাৰাত প্ৰচণ্ড ধুমুহা বতাহত প্ৰাণ গল আন এগৰাকী ছাত্ৰৰ।
-
স্কুললৈ যোৱাৰ পথতে টেম্পো বাহনৰ ওপৰত পৰিল গছ।
-
ফলত থিতাতে নিহত হয় শিৱম বৰ্মন নামৰ এগৰাকী ছাত্ৰৰ।
-
টেম্পোখনত থকা আন চাৰিগৰাকী ছাত্ৰও গুৰুতৰভাৱে আহত।
-
বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ আছিল শিৱম বৰ্মন।
-
ছাত্ৰগৰাকীৰ মাতৃও ঘটনাত গুৰুতৰভাৱে আহত হৈছে।
-
উল্লেখ্য যে, যোৱা মঙলবাৰেও মৰিগাঁৱত এগৰাকী ছাত্ৰৰ মৃত্যু হৈছিল।