বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনাঃ আহত তিনি বাইক আৰোহী

বাঙালীপাৰাত তীব্ৰবেগী বাহনৰ খুন্দা দুখন বাইকত ধুবুৰীৰ শিখ মেলাৰ পৰা গুৱাহাটীলৈ আহি আছিল বাহনখন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি বাইক আৰোহী

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা
  • বাঙালীপাৰাত তীব্ৰবেগী বাহনৰ খুন্দা দুখন বাইকত
  • ধুবুৰীৰ শিখ মেলাৰ পৰা গুৱাহাটীলৈ আহি আছিল বাহনখন
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি বাইক আৰোহী
  • আহত মাছুদ হাছান, মহিবুল হক, ফাৰহান আলী
  • তিনি আহতক ভৰ্তি কৰে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত 
  • ইয়াৰে মাছুদ হাছানৰ অৱস্থা অতি সংকটজনক
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত
বিলাসীপাৰা