New Update
/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-13-53-48.jpg)
- শোণিতপুৰৰ মিট চাপ্লাইত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
- দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী।
- নিহত বাইক আৰোহী জন সৰুপাট গাঁৱৰ প্ৰীয়ম বৰা।
- বাইক আৰু এখন স্কুটীৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ।
- স্কুটি আৰোহী গুৰুতৰ ভাবে আহত।
- দুজন যুৱকক সংকটজনক অৱস্থাত নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us