New Update
/asomiyapratidin/media/media_files/2025/12/31/561-2025-12-31-18-26-43.jpg)
- দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা বিকাশ ৰয়ৰ মৃত্যু।
- ভাড়াঘৰত প্ৰেছাৰ ষ্ট্ৰ'ক হৈ গুৰুতৰভাৱে অসুস্থ হয় ৰয়।
- লগে লগে কাষতে থকা গ্লোবল হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক।
- কিন্তু চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে ৰয়ক।
- বিকাশ ৰয়ৰ ঘৰ বঙাইগাঁও জিলাত।
- তেওঁৰ মৃত্যুত জিলা পৰিষদ কাৰ্যালয়ৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে।
- মৃত্যুৰ পূৰ্বে কাৰ্যালয়ত কৰ্ম সম্পাদন কৰি দুপৰীয়া আহাৰৰ বাবে ভাড়া ঘৰত গৈছিল তেওঁ।
- ইয়াৰ পাচতে এই ঘটনা সংঘটিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us