New Update
/asomiyapratidin/media/media_files/2025/11/05/ijjjd-2025-11-05-18-15-12.jpg)
- ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হ’ল বিকাশ অসমক
- ৩ দিনৰ আৰক্ষী জিম্মাৰ অন্তত আদালতত হাজিৰ কৰাইছিল বিকাশক
- আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল বিকাশ অসমক
- উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে দিছপুৰ থানাত আত্মসৰ্মপণ কৰিছিল বিকাশ অসমে।
- ধনদাবীৰ লগতে অপহৰণৰ গোচৰ ৰুজু হৈছিল বিকাশ অসমৰ বিৰুদ্ধে।
- নাৰী জাতিক অপমানৰো অভিযোগ উঠিছিল বিকাশ অসমৰ বিৰুদ্ধে।
- ইতিমধ্যে বিকাশ অসমৰ বিৰুদ্ধে বহুকেইগৰাকী লোকে ৰুজু কৰিছে ধনদাবীৰ গোচৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us