অৱশেষত বিকাশ অসমক গ্রেপ্তাৰ

ছবিখন মুক্তি পোৱাৰ এদিন পাছতে পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমেও উপভোগ কৰিছিল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰাৰ কথা তেওঁ নিজে সমাজিক মাধ্যমত ৰাজহুৱা কৰিছিল

author-image
Asomiya Pratidin
New Update
1
  • বিকাশ অসমক গ্রেপ্তাৰ দিছপুৰ আৰক্ষীৰ
  • মুখত ক'লা কাপোৰ বান্ধি উপভোগ কৰিছিল ৰৈ ৰৈ বিনালে
  • চিনেমাখন উপভোগ কৰিয়েই ফেচবুকত দিছিল পোষ্ট
  • তাৰপাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক
  • বৰ্তমান তেওঁক ৰখা হৈছে দিছপুৰ থানাত
  • কিছুদিন ধৰি পলাতক অৱস্থাত আছিল বিকাশ অসম
  • বীৰ লাচিত সেনা অসমৰ কামৰূপ মহানগৰ জিলাৰ সচিব বিকাশ অসম
ৰৈ ৰৈ বিনালে বিকাশ অসম