আমাৰ ৰঙালী, আমাৰ ট্ৰেণ্ডছ প্ৰতিযোগিতা...

বিহুৰে বিৰিণাৰ লগত সংগতি ৰাখি TRENDS PRESENTS ট্রেওছে আয়োজন কৰিছে ‘আমাৰ ৰঙালী আমাৰ ট্রেণ্ডছ' প্রতিযোগিতা। বিহুৰ মাদকতাৰ অভিজ্ঞতা লোৱা আৰু আমাৰ ৰঙালী আমাৰ টেগুচ  এই বিহু

author-image
Asomiya Pratidin
New Update
আমাৰ ৰঙালী আমাৰ ট্ৰেণ্ডছ প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ ট্রেণ্ডছে আয়োজন কৰিছে ‘আমাৰ ৰঙালী আমাৰ ট্রেণ্ডছ' প্রতিযোগিতা। বিহুৰ মাদকতাৰ অভিজ্ঞতা লোৱা আৰু আমাৰ ৰঙালী আমাৰ এই বিহু নৃত্য প্রতিযোগিতাত যোগদান কৰাৰ বাবে আয়োজকসকলে তেওঁলোকক  আহ্বান জনাইছে। এই প্রতিযোগিতা ১ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ চলিব। পঞ্জীয়ন ৰ বাবে আপোনাৰ ওচৰত থকা trends store ত যোগাযোগ কৰক l শ্রেণীসমূহ হ'ল- 

পঞ্জীয়ন ৰ বাবে আপোনাৰ ওচৰত থকা trends store ত যোগাযোগ কৰক l শ্রেণীসমূহ হ'ল- ১। পৰম্পৰাগত বিহু নৃত্য, ২) আধুনিক ফিউজন বিহু নৃত্য। পঞ্জীয়ন কৰিবলৈ নিকটতম ট্রেণ্ডছ ষ্ট'ৰলৈ গৈ নিজৰ নাম আৰু অংশগ্ৰহণৰ শ্ৰেণী অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে প্ৰমাণপত্ৰৰ লগতে বহুতো আকর্ষণীয় পুৰস্কাৰ লাভ কৰাৰ লগতে প্ৰথম বিজয়ী জনে লাভ কৰিব বিহুৰে বিৰীনা গুৱাহাটী অডিচন ত অডিচন দিবলৈ  স্থান পাব পাৰিব বুলিও আয়োজকসকলে জনাইছে। স্থানসমূহ হৈছে – ট্রেণ্ডছ নলবাৰী, নগাঁও, বিশ্বনাথ চাৰিআলি, তিনিচুকীয়া, মৰাণ, দুলীয়াজান, জোনাই, শিৱসাগৰ, ৰঙিয়া, পাঠশালা, দুধনৈ আৰু ধেমাজি ।

অসমীয়া প্ৰতিদিন