New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/nitish_kumar_1571826063.jpg)
- পদত্যাগ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
- জনতা দলৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যপাল ফাগু চৌহানৰ হাতত অৰ্পন কৰিলে পদত্যাগ পত্ৰ।
- বিহাৰৰ ১৬০ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰও প্ৰদান কৰে নীতিশ কুমাৰে।
- এই কেইগৰাকীয়ে বিচাৰিছে বিহাৰত নতুন চৰকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us