অসম প্ৰদেশ কংগ্ৰেছ সমিতিলৈ পত্ৰ প্ৰেৰণ বিহালী ব্লক কংগ্ৰেছৰ আটাইকেইটা মণ্ডলৰ।
বিহালীে উপ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতীক চিহ্ন নাথাকিলে ব্লক কংগ্ৰেছৰ অংশ গ্ৰহণ নকৰাৰ সংকল্প।
অন্যথা সমূহীয়া পদত্যাগৰ হুংকাৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ।
সাংসদ গৌৰব গগৈলেও এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ ব্লক কংগ্ৰেছৰ।
উল্লেখ কৰা প্ৰয়োজন যে, বিহালীত এতিয়ালৈকে কংগ্ৰেছে প্ৰকাশ কৰা নাই প্ৰাৰ্থীৰ নাম।
সন্মিলিত বিৰোধী মৰ্চাৰ ৫জনীয়া কমিটীক দিয়া হৈছে দায়িত্ব।
২০অক্টোবৰত বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ সম্ভাৱনা।
বিহালীত কংগ্ৰেছৰ প্ৰতীক চিহ্ন নাথাকিলে সমূহীয়া পদত্যাগৰ হুংকাৰ...
বিহালীত কংগ্ৰেছৰ প্ৰতীক চিহ্ন নাথাকিলে সমূহীয়া পদত্যাগৰ হুংকাৰ...
New Update
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us