/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/yxzf4c2w/AP-FOR-WEB-6-1.jpg)
বিজুলী উৎপাদনৰ বাবে সাজু হৈছে সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প ৷
অহা মাৰ্চত বিজুলী উৎপাদন হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰা ৷
প্ৰথম পৰ্যায়ত ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব NHPC য়ে ৷
পাৱাৰ হাউচত দুটা ইউনিটত বিজুলী উৎপাদনৰ বাবে টাৰ্বাইন সংস্থাপন কৰা হ’ল ৷
তৃতীয়টো টাৰ্বাইন স্থাপন কৰা হব ২০২৫ৰ ফেব্ৰুৱাৰীৰ ভিতৰত ৷
২০২৫ৰ মাৰ্চত বিজুলী উৎপাদন কৰিব বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা ৷
NHPC ৰ সূত্ৰই সদৰী কৰিছে এই কথা ৷