গুৰুতৰভাৱে অসুস্থ নেপালৰ ৰাষ্ট্ৰপতি...

author-image
Asomiya Pratidin
New Update
গুৰুতৰভাৱে অসুস্থ নেপালৰ ৰাষ্ট্ৰপতি...

NEPAL

ডিজিটেল ডেস্কঃ গুৰুতৰ ভাৱে অসুস্থ নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী। ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক ত্ৰিভূৱন ইউনিভাৰ্চিটি হাস্পতালত ভৰ্তি কৰোৱা হয়। ৬১ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকী শুকুৰবাৰৰ পৰাই অসুস্থ হৈ আছিল।

Advertisment

প্ৰথমে তেওঁক তেচিং হাস্পতালত ভৰ্তি কৰি যাৱতীয় চিকিৎসাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। ভাণ্ডাৰী নেপালৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। প্ৰথম তেওঁ ২০১৫ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। দ্বিতীয়বাৰৰ বাবে তেওঁ ২০১৮ চনত নেপালৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

nepal bidya devi bhandari