New Update
/asomiyapratidin/media/media_files/2025/10/06/whatsapp-i-2025-10-06-12-29-19.jpeg)
- নেৰেনেপেৰা বৰষুণত বৃদ্ধি পাইছে সৰভোগৰ বেকী নদীৰ জলপৃষ্ঠ
- যোৱা কিছুদিন ধৰি সৰভোগত হৈ আছে নেৰেনেপেৰা বৰষুণ
- ভূটানৰ পৰা পানী এৰি দিয়াৰ ফলতো বাঢ়িছে নৈখনৰ জলপৃষ্ঠ
- দেওবাৰে নিশাৰ পৰা সৰভোগৰ বিভিন্ন প্ৰান্তত বান
- সাহপুৰ , চেঙেলীয়া গোলাবাৰী আদি অঞ্চলত ভয়ংকৰ বান পৰিস্থিতি
- বেকী নদীৰ বানপানীৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি
- নৈ কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত বিৰাজ কৰিছে আতংকৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us