ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ভূপেন বৰাৰ পদত্যাগক লৈ মুখ্যমন্ত্রীৰ মন্তব্য। ‘ভূপেন বৰাৰ পদত্যাগক লৈ মুঠেও আচৰিত নহয়’। ‘২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রদ্যুৎ বৰদলৈয়েও কংগ্রেছ এৰিব লাগিব’। ‘কংগ্রেছত কোনো সাধাৰণ মানুহ থাকিব নোৱাৰে’। ‘

author-image
Asomiya Pratidin
New Update
ujuj
  • ভূপেন বৰাৰ পদত্যাগক লৈ মুখ্যমন্ত্রীৰ মন্তব্য
  • ‘ভূপেন বৰাৰ পদত্যাগক লৈ মুঠেও আচৰিত নহয়’
  • ‘২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রদ্যুৎ বৰদলৈয়েও কংগ্রেছ এৰিব লাগিব’
  • ‘কংগ্রেছত কোনো সাধাৰণ মানুহ থাকিব নোৱাৰে’
  • ‘ভূপেন বৰাৰ বাবে দুৱাৰ খোলা আছে আৰু আমি বিধায়কো বনাম’
  • ‘বৰ্তমানলৈ আমাৰ সৈতে যোগাযোগ হোৱা নাই’
  • ‘কাইলৈ সন্ধিয়া মই ভূপেন বৰাৰ ঘৰলৈ যাম’
  • ‘ভূপেন বৰাই বিজেপিত যোগদান কৰিব বিচাৰিলে আদৰণি জনাম’
  • ‘যোগদান কৰিব নিবিচাৰিলেও তেখেতক শুভেচ্ছা দিম’
হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা ড হিমন্ত বিশ্ব শৰ্মা