" ভূতনাথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা দুই বাবাৰ বাক-বিতণ্ডাই ল'লে ভয়ংকৰ ৰূপ জলন্ত চিতাত এজন বাবাই গতিয়াই দিলে আনজনক ঘটনাস্থলীত উপস্থিত আৰক্ষী-প্ৰশাসনৰ লোক অম্বুবাচীৰ মাজতে সংঘটিত হৈছে এই ঘটনা "