New Update
/asomiyapratidin/media/media_files/2025/03/18/0tfBiVHBAcP5R3Bbla7u.jpg)
- ভৱানী প্ৰসাদ আধিকাৰী আৰু নাই।
- বিশিষ্ট সাহিত্যিক, সমালোচক তথা পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অধিকাৰী যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল।
- ১৯৪৩চনত নলবাৰীৰ টিহুৰ মাখিবাখাত জন্মগ্ৰহণ কৰিছিল অধিকাৰীয়ে।
- অসম সাহিত্য সভাৰ সৈতেও জড়িত আছিল অধিকাৰী।
- অসম সাহিত্য সভাতত ২০০৯বৰ্ষত প্ৰশাসন সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।
- বহু ছুটীগল্প, কবিতা, গীতৰ লগতে নাট্য চৰ্চাও কৰিছিল ভৱানী প্ৰসাদ অধিকাৰীয়ে।
- অসমৰ প্ৰায়বোৰ কাকত-আলোচনীত নিয়মীয়া লেখক আছিল অধিকাৰী।
- ২০২১চনত অসম সত্ৰ মহাসভাই তেখেতক প্ৰদান কৰিছিল সাহিত্য বটাঁ।
- মঙলবাৰৰ পুৱা পৰলোকপ্ৰাপ্তি হয় ভৱানী প্ৰসাদ অধিকাৰীৰ।