New Update
/asomiyapratidin/media/media_files/2025/07/09/1-2025-07-09-09-11-39.jpg)
- সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান ১০টাকৈ ট্ৰেড ইউনিয়নৰ।
- এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব প্ৰায় ২৫ কোটি শ্ৰমিকে।
- চৰকাৰৰ শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতিৰ বিৰোধীতাৰে আজি বন্ধৰ ঘোষণা।
- অসমৰো ঠায়ে ঠায়ে বন্ধৰ মিশ্ৰিত প্ৰভাৱ।
- ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদত নামিছে একাংশ শ্ৰমিক।
- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ডত কেইবামাহে চলি অহা প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি বন্ধৰ আহ্বান
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us