/asomiyapratidin/media/media_files/2025/03/19/Ef24zhOhSIixF0LeDrs8.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী : বুধবাৰৰ পৰা বৰহোলা শ্ৰীশ্ৰী ২ নং বছা বামুণ গাঁও নামঘৰত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত পাঠ ৷ ৭ দিনীয়া কাৰ্যসূচীৰে ২৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব ভাগৱত পাঠ ৷
সেই উপলক্ষে পহিলা দিনা পুৱা অকুমাৰী ছোৱালী আৰু আয়তীসকলৰ দ্বাৰা গংগাজল আনয়ন কৰা হয় ৷ এই কাৰ্যসূচীত অঞ্চলটোৰ দুই শতাধিক পুৰুষ-মহিলা,অকুমাৰী ছোৱালীয়ে অংশগ্ৰহণ কৰে।
তাৰোপৰি অনুষ্ঠানত এক আধ্যাত্মিক পৰিৱেশৰ লগতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us