১৩ মাৰ্চত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভগৱন্ত মানে…

১৩ মাৰ্চত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভগৱন্ত মানে…

author-image
asomiyapratidin
New Update
পঞ্জাৱৰ ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি হ’ব নিয়মীয়া….

ডিজিটেল ডেস্ক: ১০ মাৰ্চত ঘোষণা হয় ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। প্ৰথম বাৰৰ বাবে পঞ্জাৱ দখল কৰিবলৈ সক্ষম হয় আম আদমী পাৰ্টি। আপৰ নেতা ভগৱন্ত মানে ১৩ মাৰ্চত পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাৰে শপত গ্ৰহণ কৰিব।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি ১৩ মাৰ্চত ভগৱন্ত মান আৰু অৰবিন্দ কেজৰিৱালে এক ৰেলীও অনুষ্ঠিত কৰিব। ভগৱন্ত মানে শপত গ্ৰহণৰ দিনা আমন্ত্ৰণ জনাইছে অৰবিন্দ কেজৰিৱালক।

উল্লেখ্য যে, পঞ্জাৱত ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসন লাভ কৰে আম আদমী পাৰ্টিয়ে। কংগ্ৰেছ বিজেপিক পিছ পেলাই আপে এক নতুন ইতিহাসৰ সৃষ্টি কৰে পঞ্জাৱত।

aap punjab